thumbnail

By

Published : Sep 4, 2019, 4:30 PM IST

ETV Bharat / Videos

বিহালীত বন্যহস্তীৰ তাণ্ডৱত লণ্ড-ভণ্ড ১৫ টাকৈ পৰিয়ালৰ বাসগৃহ

বিশ্বনাথ, 4 চেপ্টেম্বৰঃ বিশ্বনাথৰ বিহালীত অব্যাহত আছে বন্যহস্তীৰ তাণ্ডৱ । বিগত কিছুদিন ধৰি বিহালীত কেইবা ঠাইটো বন্যহস্তীয়ে তাণ্ডৱ চলাই আহিছে । আনহাতে বুধবাৰে পুৱতি নিশা বিহালী বনাঞ্চলৰ পৰা ওলাই অহা এটা বনৰীয়া হাতীয়ে বৰজাৰণীৰ টেঙাবাৰীত প্ৰৱেশ কৰি ১৫ টাকৈ পৰিয়ালৰ বাসগৃহ ভাঙি লণ্ড ভণ্ড কৰে ৷ ইতিমধ্যে আঢ়ৈ কিলোমিটাৰ নিলগত থকা বনবিভাগৰ কেম্পত খবৰ দিয়াৰ পাছতো বনবিভাগে কোনো ব্যৱস্থা নোলোৱাত শংকিত হৈ পৰিছে সাধাৰণ ৰাইজ ৷ এই সন্দৰ্ভত ইটিভি ভাৰত অসমৰ এক প্ৰতিবেদন....

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.