ঘৰতে বনাওক সুস্বাদু ভেজ চেণ্ডুইচ

🎬 Watch Now: Feature Video

thumbnail

By

Published : Jul 17, 2020, 6:05 PM IST

Updated : Jul 29, 2020, 7:44 PM IST

চেণ্ডুইচ হৈছে সকলো সময়ৰে বিবিধতাৰে ভৰা এবিধ সুস্বাদু ব্যঞ্জন ৷ কেতিয়াবা আপুনি এই ব্যঞ্জনক আপোনাৰ প্ৰতিদিনে ব্যৱহৃত আহাৰতো সন্নিবিষ্ট কৰিব পাৰে ৷ আজি আমি এই ভিডিঅ'যোগে আপোনালৈ লৈ আনিছো ভাৰতত প্ৰচলিত চেণ্ডুইচৰ অন্যতম প্ৰিয় ব্যঞ্জন ভেজ চেণ্ডুইচ ৷ সিজোৱা আলু,মিহিকৈ কটা ধনীয়া,পিয়াঁজেৰে ভৰপূৰ এই ৰেচিপি প্ৰস্তুত কৰিবলৈ অতি সহজ ৷ আপুনি নিজৰ ইচ্ছানুসৰি ইয়াত অধিক পাচলি সংযোজন কৰি সুস্বাস্থ্যকৰ আৰু সুস্বাদু কৰি তুলিব পাৰে ৷
Last Updated : Jul 29, 2020, 7:44 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.