ভক্তৰ বাবে মুকলি হ'ল উত্তৰাখণ্ডস্থিত কেডাৰনাথ মন্দিৰৰ দুৱাৰ - কেডাৰনাথ মন্দিৰ
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/320-214-3229680-thumbnail-3x2-vdfjvg1.jpg)
6 মাহৰ অন্তত আজি ভক্তৰ বাবে মুকলি হ'ল উত্তৰাখণ্ডস্থিত কেডাৰনাথ মন্দিৰৰ দুৱাৰ ৷ পুৱা 5 বাজি 35 মিনিটত মুকলি কৰা হয় মন্দিৰৰ দুৱাৰ ৷ দুৱাৰ মুকলি কৰা বাবে আটক ধুনীয়াকৈ সজাই তোলা হৈছে মুখ্য কেডাৰনাথ মন্দিৰটো ৷ দুৱাৰ মুকলিৰ দিনাই মন্দিৰত অজস্ৰ ভক্তৰ সমাগম ঘটে ৷ প্ৰায় এক কিলোমাটাৰ পৰা ডেৰ কিলোমিটাৰলৈকে ভক্তৰ লানি নিচিগা শাৰী পৰিলক্ষিত হ'ল ৷