মহাজোঁট বন্ধনৰ প্ৰাৰ্থী স্বপন কুমাৰ মণ্ডলৰ সৈতে বিশেষ সাক্ষাৎকাৰ - swapan kumar mandal
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/320-214-11191145-thumbnail-3x2-swapanmandal.jpg)
79 নং জাগীৰোড বিধানসভা সমষ্টিৰ কংগ্ৰেছ মহাজোঁট বন্ধনৰ প্ৰাৰ্থী স্বপন কুমাৰ মণ্ডলৰ সৈতে ইটিভি ভাৰতৰ এক বিশেষ সাক্ষাৎকাৰ ৷ কি ক'লে সমষ্টিটোৰ বৰ্তমানৰ বিধায়ক তথা বিজেপিৰ মনোনীত প্ৰাৰ্থী পীযুষ হাজৰিকাৰ বিষয়ে ? কি পৰিকল্পনা আছে স্বপন কুমাৰ মণ্ডলৰ ? বিজয়ৰ হাঁহি মাৰিবলৈ সক্ষম হ'বনে স্বপন কুমাৰ মণ্ডল ? সবিশেষ চাওক...