কাছাৰত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্বাচনী প্ৰচাৰ - বদৰউদ্দিন আজমলক ক্ষুৰধাৰ সমালোচনা
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/320-214-11180664-676-11180664-1616838527491.jpg)
কাছাৰ জিলাৰ উধাৰবন্দ বিধানসভা সমষ্টিৰ বিজেপি প্ৰাৰ্থীৰ হৈ প্ৰচাৰত ব্যস্ত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা । নিৰ্বাচনী প্ৰচাৰত কংগ্ৰেছৰ লগতে সুস্মিতা দেৱ, ৰাহুল গান্ধী আৰু বদৰুদ্দিন আজমলক ক্ষুৰধাৰ সমালোচনা কৰে ৷ কংগ্ৰেছৰ ৰাজত্বত ৰাজ্যৰ একো উন্নতি নহ’ল বুলি মন্তব্য কৰে মন্ত্ৰীগৰাকীয়ে ৷ নিৰ্বাচনী প্ৰচাৰ সভাত বিজেপি চৰকাৰে যোৱা 5 বছৰত মহিলা সৱলীকৰণৰ বাবে বহুত কাম কৰিলে বুলি মন্তব্য কৰে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৷