কৃষ্ণ কমল তাঁতীক ভোট প্ৰদান কৰাৰ আহ্বান হিমন্ত বিশ্ব শৰ্মাৰ - হিমন্ত বিশ্ব শৰ্মা

🎬 Watch Now: Feature Video

thumbnail

By

Published : Mar 12, 2021, 11:02 AM IST

শোণিতপুৰৰ ৰঙাপৰাৰ ঘোঁৰামাৰীত বিজেপিৰ কাৰ্যকৰ্তা সন্মিলনী অনুষ্ঠিত ৷ সন্মিলনীত অংশ লৈ বিজেপিৰ প্ৰাৰ্থী কৃষ্ণ কমল তাঁতীক ভোট দিবলৈ আহ্বান ড৹ হিমন্ত বিশ্ব শৰ্মাৰ ৷ কংগ্ৰেছৰ যুৱনেতা ৰাহুল গান্ধী আৰু প্ৰিয়ংকা গান্ধীলৈ তীৰ্যক বাক্যবাণ মন্ত্ৰী হিমন্তৰ ৷ ৰাহুল গান্ধী কেতিয়াও প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ শাৰীলৈ আহিব নোৱাৰে বুলি মন্তব্য কৰাৰ লগতে ফটো উঠিবৰ বাবে পাত চিঙিব লাগে নেকি বুলি প্ৰশ্ন মন্ত্ৰী গৰাকীৰ ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.