গোঁসাই বিহুত উৎসৱমুখৰ বটদ্ৰৱা থান - উৎসৱ
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/320-214-11425010-436-11425010-1618572869751.jpg)
অসমীয়া জাতীয় জীৱনত সঞ্জীবনী সুধা সদৃশ বহাগ বিহুৰ আনন্দত উৎফুল্লিত হৈ পৰিছে সমগ্র ৰাজ্য। সাতবিহুৰ আজি গোসাঁই বিহু। গোঁসাই বিহুৰ দিনটোতে গুৰুজনাৰ জন্মস্থান বটদ্ৰৱাটো বিৰাজ কৰিছে উৎসৱমুখৰ পৰিৱেশ । বটদ্ৰৱা থানৰ সিংহদ্বাৰৰ সন্মুখৰ পৰা সত্ৰৰ আইমাতৃ, জীয়ৰী, বোৱাৰী, ডেকা গাভৰু সকলো লগ হৈ হুচৰি কীৰ্তন পৰিবেশন কৰি, হালধি খেলি আনন্দ উল্লাস কৰে ।