ৰাজ্য়ৰ বজাৰত গৰু বিহুক লৈ ব্য়াপক প্ৰস্তুতি - ৰাজ্য়বাসী
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/320-214-11390548-thumbnail-3x2-tyd5yd.jpg)
মঙলবাৰৰ দিনটোত বিহুৰ উৰুকা উপলক্ষে ৰাজ্য়বাসীৰ মাজত দেখা গ’ল পাৰ ভগা উচাহ । ৰাজ্য়ৰ সমগ্ৰ প্ৰান্ততে বহাগীক আদৰিবলৈ ব্যাপক প্ৰস্তুতি দেখা গ’ল । তিনিচুকীয়াতো মঙলবাৰৰ দিনটোত গৰু বিহু উদযাপনৰ বাবে পৰম্পৰাগত বস্তু বিচাৰি ৰাইজে ভীৰ কৰিলে বজাৰত ।