thumbnail

হাতত দীঘলতি-মাখিয়তী, কান্ধত ঢোল লৈ কোন এইজন ?

By

Published : Apr 14, 2019, 12:30 PM IST

গৰু বিহুক লৈ ৰাজ্যত আনন্দৰ জোৱাৰৰ মাজতে পিছপৰি ৰোৱা নাই নগাঁও লোকসভা সমষ্টিৰ প্ৰাৰ্থী ৰূপক শৰ্মাও ৷ দেওবাৰে বৰ্তমানৰ বিধায়ক তথা নগাঁও লোকসভা সমষ্টিৰ বিজেপি প্ৰক্ষেপিত প্ৰাৰ্থী ৰূপক শৰ্মাই গৰু গা ধুওৱাৰ পাচতে ঢোল বজাই বিহু নাচি আনন্দ কৰা পৰিলক্ষিত হয় ৷ এই সন্দৰ্ভত আমাৰ সাংবাদিক ৰকিবুল ৱাহিদৰ এক প্ৰতিবেদন ...

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.