গোলাঘাটত এজন যুৱকৰ পৰা উদ্ধাৰ পিষ্টল সহ সজীৱ গুলী - golaghat police
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/320-214-13129531-thumbnail-3x2-jjsjs.jpg)
গোলাঘাটত এটা .32 পিষ্টলসহ এজন যুৱক আটক । বিকি নাথ নামৰ এজন যুৱকৰ পৰা উদ্ধাৰ হয় .32 পিষ্টলসহ এটা সজীৱ গুলি । ৰঙাজানৰ পৰা গোলাঘাট অভিমুখে আহি থকা অৱস্থাত গোলাঘাটৰ অতিৰিক্ত আৰক্ষী অধীক্ষক অঞ্জন পণ্ডিতৰ নেতৃত্বত আৰক্ষীৰ এটা দলে গোলাঘাটৰ এৰেঙাপাৰাত গ্ৰেপ্তাৰ কৰে পিষ্টল সহ বিকি নাথক ৷