শেহতীয়া ক'ভিড পৰিস্থিতি সন্দৰ্ভত কি ক'লে জিএমচিএইচৰ অধ্যক্ষই ? - ক'ভিড19
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/320-214-11988940-thumbnail-3x2-gdgd.jpg)
গুৱাহাটী মহানগৰীৰ ক'ভিড পৰিস্থিতি ক্ৰমাৎ উন্নত হ'বলৈ ধৰিছে । বৰ্তমান গুৱাহাটীত ক'ভিড ৰোগীৰ বাবে ১৬০০ তকৈ অধিক বিছনা খালী আছে । ভাল খবৰ যে, আই চি ইউৰ বিছনাও খালী আছে । পৰিস্থিতি লাহে লাহে ভাল হ'লে জুনৰ শেষলৈ স্বাভাৱিক পৰিৱেশ ঘূৰি অহাৰ সম্ভাৱনা আছে বুলি বুধবাৰে সাংবাদিকৰ আগত কয় জি এম চি এইচ(GMCH)ৰ অধ্যক্ষ অচ্যুত চন্দ্ৰ বৈশ্যই ৷