এগৰাকী যুৱতী আৰু হেৰাই যাব ধৰা বিচনী ! - handfan

🎬 Watch Now: Feature Video

thumbnail

By

Published : May 18, 2019, 2:21 PM IST

Updated : May 18, 2019, 3:09 PM IST

বৰপেটা, 18 মে': ককা-আইতাই হাতত বিচনীখন লৈ পোনা কেইটিক শুৱাই থকা দৃশ্য এতিয়াও পাহৰণি হোৱা নাই ৷ এতিয়া পিছে সময় সলনি হ'ল ৷ এতিয়া বৈদ্যুতিক পাংখা, এয়াৰ কুলাৰ হৈ পৰিল গ্ৰীস্মৰ তাপে দহি নিয়া শৰীৰ জুৰ পেলোৱাৰ আহিলা ৷ তাৰমাজতো কিন্তু এতিয়াও বিচনীখনৰ আদৰ কমা নাই ৷ গ্ৰীস্মৰ প্ৰচণ্ড গৰমত দেহ মন শীতল কৰিবলৈ হাতত লোৱা বিচনীখনেই বহুতৰ বাবে জীৱিকা নিৰ্বাহৰ মূল আহিলা ৷ আমি আপোনালোকৰ স'তে চিনাকি কৰি দিব বিচাৰিছো বিচনীখনেৰেই ঘৰ চলোৱা এগৰাকী যুৱতীক ৷ এই সন্দৰ্ভত বৰপেটাৰ পৰা আমাৰ সাংবাদিক বাপকন দাসৰ এক প্ৰতিবেদন ...
Last Updated : May 18, 2019, 3:09 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.