লাহৰীঘাট বজাৰত ভয়াৱহ অগ্নিকাণ্ড - লাহৰীঘাট বজাৰ
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/320-214-11938883-thumbnail-3x2-fire.jpg)
লাহৰীঘাট বজাৰত সংঘটিত ভয়ংকৰ অগ্নিকাণ্ড । স্থানীয় লোকে অগ্নি নিৰ্বাপক বাহিনীক খবৰ দিয়াত ঘটনাস্থলীত দুখনকৈ অগ্নি নিৰ্বাপক বাহিনী উপস্থিত হয় ৷ স্থানীয় লোকৰ সহযোগত অগ্নি নিৰ্বাপক বাহিনীয়ে জুই নুমুৱাবলৈ চেষ্টা কৰে যদিও অগ্নিকাণ্ডত প্ৰায় 15 খন দোকান জুইত ভস্মীভূত হয় । উল্লেখ্য যে, এতিয়ালৈ অগ্নিকাণ্ডৰ কাৰণ জানিব পৰা নাই হোৱা নাই ।