মাজুলীবাসীয়েও উদযাপন কৰিলে পোহৰৰ উৎসৱ দীপাৱলী - diwali celebrate
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/320-214-13548102-thumbnail-3x2-hshhshhs.jpg)
সমগ্ৰ ৰাজ্যৰ লগতে মাজুলীবাসীয়েও উদযাপন কৰে পোহৰৰ উৎসৱ দীপাৱলী ৷ মাজুলীৰ দক্ষিণ পাট কলিতা গাঁৱৰ ৰাইজে মাটিৰ চাকি জ্বলাই পালন কৰে পোহৰৰ উৎসৱ । প্ৰত্যেক ঘৰৰ পদুলিয়ে পদুলিয়ে মাটিৰ চাকি জ্বলাই উলহ-মালহেৰে পালন কৰে দীপাৱলী ৷