দশম স্থানেৰে লখিমপুৰলৈ গৌৰৱ কঢ়িয়াই আনিছে দিৱিশ বিকাশে - হাইস্কুল শিক্ষান্ত পৰীক্ষা
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/320-214-7501259-413-7501259-1591433668393.jpg)
হাইস্কুল শিক্ষান্ত পৰীক্ষাত দশম স্থান লাভ কৰি গৌৰৱ কঢ়িয়াই আনিছে দিৱিশ বিকাশ নামৰ ছাত্ৰ গৰাকীয়ে ৷ দিৱিশ বিকাশ লখিমপুৰ জিলাৰ ছেইণ্ট মেৰীজ হাইস্কুলৰ পৰা ছাত্ৰ ৷ ছাত্ৰগৰাকী লখিমপুৰ জিলাৰ হিন্দু গাঁৱৰ নিবাসী ৷