চোতাল বিহুৰে মুখৰিত ধেমাজি - ৰাজ্যবাসী
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/images/320-214-3030082-thumbnail-3x2-bihujpg.jpg)
ৰঙালীৰ ৰঙেৰে চৌদিশ উৎসৱ মুখৰ পৰিৱেশ ৷ ধেমাজিত পৰম্পৰা অনুসৰি গাঁৱৰ প্ৰতি ঘৰে-ঘৰে চলিছে চোতাল বিহু । ধেমাজিৰ টঙনা পৰা আহোম গাঁওবাসীত উলহ-মালহেৰে পালন কৰা হয় চোতাল বিহু ৷ চাওক আমাৰ বিশেষ প্ৰতিবেদন ৷