পহিলা বহাগত ঢেকীয়াখোৱা বৰনামঘৰত ভক্তৰ ভিৰ - bihu
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/320-214-11410513-thumbnail-3x2-t.jpg)
পহিলা বহাগৰ দিনা ঐতিহাসিক ঢেকীয়াখোৱা বৰনামঘৰত ভক্তৰ ভিৰ ৷ পুৱাৰ পৰাই ভক্তৰ সমাগম ঘটিছে বৰনামঘৰত । হাতে হাতে বন্তি, নৈবদ্য লৈ নেদেখাজনৰ ওচৰত সেৱা লৈছে অগণন ভক্তই ৷ নিজৰ পৰিয়ালৰ লগতে সমাজৰ মংগল কামনা কৰিছে ভক্তসকলে ৷ চাওক ঢেকীয়াখোৱা বৰনামঘৰৰ পৰা এক বিশেষ প্ৰতিবেদন...