thumbnail

By

Published : Nov 7, 2021, 9:26 PM IST

ETV Bharat / Videos

ভাতৃ অশোক শইকীয়াক গ্ৰেপ্তাৰ সন্দৰ্ভত কি ক’লে দেৱব্ৰত শইকীয়াই ?

ৰাজ্যৰ প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰয়াত হিতেশ্বৰ শইকীয়াৰ কণিষ্ঠ পুত্ৰ আশোক শইকীয়াক গ্ৰেপ্তাৰ ৷ CBI য়ে গ্ৰেপ্তাৰ কৰে আশোক শইকীয়াক ৷ এটা পুৰণি গোচৰৰ ভিত্তিত দেওবাৰে বিয়লি CBI য়ে তালাচী চলাই গুৱাহাটীৰ সৰুমটৰীয়াস্থিত অশোক শইকীয়াৰ বাসগৃহত ৷ এছকাৰ্ড বেংকৰ এটা ঋণ কেলেংকাৰীৰ গোচৰ আছিল শইকীয়াৰ বিৰুদ্ধে ৷ 202/98 নম্বৰত এই সম্পৰ্কত পল্টন বজাৰ থানাত ৰুজু হৈছিল এটি গোচৰ । 2001 ত CBI লৈ হস্তান্তৰ হৈছিল এই গোচৰ । CBI ৰ কলিকাতা শাখাত 5/E/2001 আৰু 6/E/2001 নম্বৰত গোচৰ ৰুজু হৈছিল । অৱশেষত CID য়ে গ্ৰেপ্তাৰ কৰিলে ৰাজ্যৰ প্ৰয়াত প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীৰ পুত্ৰক ৷ সম্প্ৰতি, এই সন্দৰ্ভত মন্তব্য আগবঢ়াইছে আশোক শইকীয়াৰ জ্যেষ্ঠ ভাতৃ তথা জ্যেষ্ঠ কংগ্ৰছী নেতা আৰু বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই ৷ চাওঁ আহক কি ক’লে দেৱব্ৰত শইকীয়াই ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.