বিশ্বনাথৰ পিচত এইবাৰ দৰঙত ভয়ানক ঘটনা - দলগাঁও
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/320-214-4019448-thumbnail-3x2-pp.jpg)
নিজৰ জীৱনকো তুচ্ছ কৰি পঢ়াশালিলৈ বিপদ সংকুৰ যাত্ৰা কণ-কণ ছাত্ৰ ছাত্ৰীৰ ৷ গামলাৰে নদী পাৰ হৈ বিদ্যালয়লৈ যোৱা দৃশ্যই শিহৰিত কৰিব আপোনাকো ৷ দৰঙৰ দলগাঁৱত সংঘটিত হৈছে এই ঘটনা ৷ যিকোনো মূহুৰ্তত সংঘটিত হ'ব পাৰে ভয়ানক ঘটনা ৷