দুৰ্গোৎসৱৰ মাজেৰেই ক'ভিড-১৯ ৰ সজাগতা সৃষ্টিৰ প্ৰয়াস নগাঁৱত - নগাঁৱৰ হিন্দু মিলন মন্দিৰ পূজা সমিতি
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/320-214-13337517-thumbnail-3x2-aaaaaa.jpg)
দুৰ্গোৎসবৰ মাজেৰেই ক'ভিড- ১৯ৰ সজাগতা সৃষ্টিৰ প্ৰয়াস নগাঁৱৰ হিন্দু মিলন মন্দিৰ পূজা সমিতিৰ । কৰ'ণা ভাইৰাছ আৰু ভেকচিনক থিম হিচাপে লৈ নিৰ্মাণ কৰিছে পূজা মণ্ডপ।