বৰাকৰ উন্নয়নক লৈ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ সংবাদমেল - সংবাদমেল
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/320-214-13122382-thumbnail-3x2-hhshs.jpg)
শিলচৰত মুখ্যমন্ত্ৰীৰ ড৹ হিমন্ত বিশ্ব শৰ্মাৰ সংবাদমেল ৷ বৰাক উপত্যকাৰ বিভিন্ন সমস্যা সমাধানৰ কাৰণে ৰাজ্য চৰকাৰৰ একাধিক পৰিকল্পনাৰ কৰাৰ কথা সদৰী কৰে মুখ্যমন্ত্ৰীয়ে ৷ বড়োভূমি নতুনকৈ জন্ম লাভ কৰা উগ্ৰপন্থী সংগঠনক লৈয়ো মন্তব্য প্ৰকাশ কৰে মুখ্যমন্ত্ৰীয়ে ৷