পূজা চাবলৈ শিলচৰ পালেগৈ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা

By

Published : Oct 12, 2021, 1:04 PM IST

thumbnail
মহা সপ্তমী(Maha Saptami)ৰ দিনা শিলচৰৰ উধাৰবন্দৰ কাঁচাকান্তি মন্দিৰ(Kanchakanti Temple)ত উপস্থিত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা(Himanta Biswa Sarma) ৷ উত্তৰ-পূৱৰ ঐতিহ্যমণ্ডিত উধাৰবন্দৰ কাঁচাকান্তি মন্দিৰ দৰ্শন কৰি মন্দিৰত পূজা-অৰ্চনা কৰাৰ লগতে কাঁচাকান্তি বিদ্যামন্দিৰ বিদ্যালয় পৰিদর্শন কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে ৷ উল্লেখ্য যে, এই বিশেষ পূজাখনলৈ আমন্ত্ৰণ জনোৱা হৈছিল মুখ্যমন্ত্ৰী শৰ্মাক ৷ কিয়নো কিছুদিন পূৰ্বে শিলচৰত উপস্থিত হৈ এইবাৰ সপ্তমী পূজা শিলচৰত উপভোগ কৰিব বুলি মন্তব্য কৰিছিল মুখ্যমন্ত্ৰী ড৹ শৰ্মাই ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.