কেন্দ্ৰীয় বাজেট সন্দৰ্ভত কি ক'লে মুখ্যমন্ত্ৰীয়ে ? - budget 2019
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/320-214-3756723-thumbnail-3x2-k.jpg)
কেন্দ্ৰীয় বাজেটক লৈ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে । বাজেট প্ৰসংগত মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে এই বাজেটে সমাজৰ সকলো শ্ৰেণীৰ লোকক উপকৃত কৰিব । ভাৰতবৰ্ষৰ কৃষকসকল উপকৃত হ'ব পৰাকৈ বাজেটত লোৱা হৈছে বিভিন্ন পদক্ষেপ ।