বিষ্ণুপুৰত পূজা চালে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে - মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/320-214-4671747-thumbnail-3x2-k.jpg)
দেওবাৰে মহা অষ্টমী । দেৱীমন্ত্ৰৰ ধ্বনিৰে উজ্জীৱিত অষ্টমীৰ বেদী । দেৱীৰ বন্দনাত মুখৰিত হৈ পৰিছে ৰাজ্য আকাশ বতাহ । মহানোগৰীৰ মণ্ডপে মণ্ডপে বিশেষ আকৰ্ষণ পৰিলক্ষিত হৈছে । ৰাম মন্দিৰৰ আৰ্হিত নিৰ্মাণ কৰা বিষ্ণুপুৰ পূজা মণ্ডপত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল উপস্থিত হৈ মাৰ আশিস লয় । লগতে সুন্দৰকৈ নিৰ্মান কৰা পূজা মণ্ডপৰ চৌপাশ পৰিভ্ৰমণ কৰে । চাওক আমাৰ সাংবাদিক আকাশ হাজৰিকাৰ এক প্ৰতিবেদনঃ