গ্ৰন্থৰ সুবাস বিচাৰি চানমাৰিৰ গ্ৰন্থমেলাত গ্ৰন্থপ্ৰেমীৰ উছাহ - ২১ সংখ্যক উত্তৰ পূৱ গ্ৰন্থ মেলা

🎬 Watch Now: Feature Video

thumbnail

By

Published : Nov 2, 2019, 7:19 PM IST

চানমাৰিত আৰম্ভ হৈছে গ্ৰন্থৰ মহামেলা ৷ 1 নৱেম্বৰৰ পৰা আৰম্ভ হোৱা গ্ৰন্থমেলাত গ্ৰন্থপ্ৰেমীৰ ব্যাপক ভিৰ দেখা গৈছে ৷ গ্ৰন্থৰ সুবাস বিচাৰি গ্ৰন্থমেলাৰ বাকৰিলৈ লৱৰি আহিছে শিশুৰ পৰা বৃদ্ধলৈ ভিন্ন শ্ৰেণীৰ পঢ়ুৱৈ ৷ এক প্ৰতিবেদন......

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.