thumbnail

By

Published : Mar 31, 2021, 9:46 PM IST

ETV Bharat / Videos

দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন: আইনী গোচৰ থকা প্ৰাৰ্থী সকল

দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনত 13 খন জিলাৰ মুঠ 39 টা সমষ্টিত প্ৰতিদ্বন্দিতা আগবঢ়াব মুঠ 345 গৰাকী প্ৰাৰ্থীয়ে ৷ ইয়াৰে 319 গৰাকী পুৰুষ প্ৰাৰ্থী আৰু 26 গৰাকী মহিলা প্ৰাৰ্থী ৷ দ্বিতীয় পৰ্যায়ত মুঠ 73,44,631 গৰাকী ভোটাৰে প্ৰাৰ্থীৰ ভাগ্য নিৰ্ণয় কৰিব 39 টা সমষ্টিত ৷ ইয়াৰ ভিতৰত 37,34,537 গৰাকী পুৰুষ ভোটাৰ, 36,09,959 গৰাকী মহিলা ভোটাৰ আৰু 135 গৰাকী তৃতীয় লিংগৰ ভোটাৰ ৷ মুঠ 345 গৰাকী প্ৰাৰ্থীৰ ভিতৰত 37 গৰাকীৰ বিৰুদ্ধে আছে আইনী গোচৰ ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.