Bomb recovered : পৰিত্যক্ত অৱস্থাত লক্ষীপুৰত বোমা উদ্ধাৰ

By

Published : Nov 24, 2021, 10:40 PM IST

thumbnail
কাছাৰ জিলাৰ লক্ষীপুৰত বোমা উদ্ধাৰ (Bomb recovered at Laxmipur) হোৱাৰ পাছতে আতংকই বিৰাজ কৰিছে অঞ্চলটোত ৷ ৩৭ নং অসম-মণিপুৰ ৰাষ্ট্ৰীয় ঘাইপথৰ সমীপৰ এটা কালভার্ট কাষত উদ্ধাৰ হয় এই বোমাটো ৷ এটা পলিথিনত ভৰাই পেলাই থোৱাৰ অৱস্থাত প্ৰত্যক্ষ কৰে স্থানীয় একাংশ লোকে ৷ ইয়াৰ পাছতে শিলচৰ আৰক্ষীক খবৰ দিয়ে লোক সকলে ৷ শিলচৰৰ পৰা বোমা বিশেষজ্ঞৰ দল আহি উদ্ধাৰ কৰে বোমাটো ৷ এই সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে কাছাৰ আৰক্ষীয়ে ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.