বৰ্তমানলৈ তিৱা স্বায়ত্ব শাসিত পৰিষদৰ 17 টা সমষ্টি বিজেপিৰ দখলত - অগপ
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/320-214-9936036-thumbnail-3x2-ass.jpg)
তিৱা স্বায়ত্ব শাসিত পৰিষদৰ 17 টা পৰিষদীয় সমষ্টিত জয়লাভ কৰিছে বিজেপি প্ৰাৰ্থী ৷ শেহতীয়া তথ্য অনুসৰি, 17 টা সমষ্টি বিজেপিৰ দখলত ৷ আনহাতে, বৰ্তমানলৈ 1 টা সমষ্টি অগপই দখল কৰিবলৈ সক্ষম হৈছে ৷ তিৱা স্বায়ত্ব শাসিত পৰিষদৰ নিৰ্বাচনৰ ফলাফল সন্দৰ্ভত ইটিভি ভাৰতৰ প্ৰতিবেদন ৷