বিশ্বকৰ্মাক লৈ ব্যস্ত মৃত শিল্পী - biswakarma puja
🎬 Watch Now: Feature Video

ধৰাৰ বুকুলৈ শৰতৰ আগমণ, শৰৎ মানেই উৎসৱৰ বতৰ ৷ উৎসৱৰ বতৰত ব্যস্ত মৃন্ময় শিল্পীসকল ৷ কিয়নো সমাগত বিশ্বকৰ্মা পূজা ৷ বিশ্ব খনিকৰ গৰাকীক পূজা অৰ্চনা কৰিবলৈ চৌদিশে চলিছে ব্যাপক প্ৰস্তুতি ৷