বিধায়ক মৃণাল শইকীয়াৰ বাসগৃহত বিহুৰ উল্লাস - গোলাঘাট জিলা
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/320-214-11439774-420-11439774-1618661133180.jpg)
বিহু বুলি ক'লেই সীমাহীন আনন্দ-উল্লাহ । তাতে আকৌ ৰঙালী বিহুৰ কথাই সুকীয়া । আজি ৩ বহাগ । আজিৰ দিনটোত ঠাই বিশেষে চেনেহী বিহু, কুটুম বিহু বা তাঁতশালৰ বিহু বুলিও কয় । বিহুত মতলীয়া অসমীয়াই ঘৰে-ঘৰে হুঁচৰি গাই গৃহস্থক আশীৰ্বাদ দিয়ে ৷ বিহু হুঁচৰিৰ পয়োভৰেৰে এক সুন্দৰ পৰিৱেশৰ সৃষ্টি হৈছে অসমৰ প্ৰতিটো প্ৰান্তত । শনিবাৰে গোলাঘাট জিলাৰ খুমটাই সমষ্টিৰ বিধায়ক মৃণাল শইকীয়াৰ বাসগৃহতো বিহুৰ হুঁচৰি গাই বিধায়কগৰাকীৰ লগতে পৰিয়ালক আশীৰ্বাদ প্ৰদান কৰে হুঁচৰি দলসমূহে ।
Last Updated : Apr 17, 2021, 10:07 PM IST