thumbnail

By

Published : Feb 26, 2021, 2:35 PM IST

ETV Bharat / Videos

তিনিচুকীয়াত ভাৰত বন্ধৰ মিশ্ৰিত প্ৰভাৱ

সৰ্বভাৰতীয় ব্যৱসায়ী মহাসংঘই শুকুৰবাৰে আহ্বান জনোৱা ভাৰত ব্যৱসায় বন্ধৰ মিশ্ৰিত প্ৰভাৱ পৰিছে তিনিচুকীয়াত ৷ GST ৰ জটিলতাৰ বিৰুদ্ধে আহ্বান জনাইছে এই বন্ধৰ । সমগ্ৰ অসমৰ লগতে তিনিচুকীয়াৰ অতি ব্যস্ত তথা তিনিচুকীয়া জিলাৰ ব্যৱসায়ৰ প্ৰাণকেন্দ্ৰ চাইডিং বজাৰ শুকুৰবাৰে সম্পূৰ্ণ ৰূপে স্তব্ধ হৈ পৰে । সকলো ব্যৱসায়িয়ে বন্ধ ৰাখিছে ব্যৱসায় প্ৰতিষ্ঠান ।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.