শংকৰ সংঘৰ বাধাৰ বাবে উকা হৈ ৰ’ল গোলাঘাটৰ এটা পূজা মণ্ডপ ! - পূজা মণ্ডপ
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/320-214-13356326-thumbnail-3x2-jjsjs.jpg)
গোলাঘাটৰ ফলঙণী কৰতিপাৰ চাৰিআলিৰ পূজা মণ্ডপ এইবাৰ উকা হৈ ৰ’ল । শংকৰ সংঘই পূজা আয়োজন কৰাত বাধা প্ৰদান কৰাৰ বাবেই প্ৰশাসনে প্ৰদান নকৰিলে পূজা উদযাপনৰ অনুমতি । যাৰ বাবে ক্ষুন্ন হৈ পৰিছে আয়োজক সমিতি আৰু স্থানীয় ৰাইজ । অঞ্চলটোৰ শংকৰদেৱ সংঘৰ তিনিখনকৈ প্ৰাথমিকে বগীজান আৰক্ষী থানাত দাখিল কৰে অভিযোগ । যাৰ বাবে প্ৰশাসনৰ অনুমতি লাভ নকৰিলে পূজা উদযাপন সমিতিয়ে ৷