thumbnail

সত্তৰ উৰ্দ্ধৰ আইতাৰ দূৰন্ত প্ৰয়াসঃ মাঁকোৰ শব্দত প্ৰাণ পালে গুণমালাই

By

Published : May 13, 2019, 5:48 PM IST

অসুস্থতা আৰু বয়সৰ চাপেও হাৰ মনাব নোৱাৰা এগৰাকী আইতা ৷ বাইহাটা চাৰিআলিৰ সমীপৱৰ্তী বেজেৰা শালমাৰাৰ আইতা মাইকন ডেকা 77 ৰ দেওনা পাৰ কৰিও যেন দূৰন্ত তৰুণ ৷ ৰাজহাড়কে ধৰি শৰীৰৰ ভিন্ন স্থানত চাৰি-পাঁচ ঠাইত হাড়ৰ আঘাত থকা স্বত্বেও ৰুগ্ন শৰীৰেৰে 50 ফুট দীঘল কাপোৰত বয় উলিয়াইছে মহাপুৰুষজনাৰ ৰচিত গুণমালাৰ প্ৰতিটো পদ-দিহা ৷ উল্লেখ্য যে, কোনো আনুষ্ঠানিক শিক্ষা নথকা স্বত্বেও আইতা গৰাকীয়ে গুণমালাৰ উপৰিও কীৰ্তন দশমৰ ঘোষা সমূহো খোদিত কৰিছে বস্ত্ৰত ৷ চাওক ইটিভি ভাৰতৰ এই বিশেষ প্ৰতিবেদন ...

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.