বিজেপিৰ বিৰুদ্ধে আটছাৰ সজাগতা সভা - political
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/320-214-11082907-thumbnail-3x2-img.jpg)
নিৰ্বাচনলৈ মাজত মাথো কেইটামান দিনহে বাকী ৷ এইবাৰে বিবেকেৰে ভোট দান কৰাৰ উদ্দেশ্যে চাহ বাগিচাই-বাগিচাই আটছা সদস্য সকলে নিৰ্বাচন কেন্দ্ৰিক সজাগতা সভা অনুষ্ঠিত কৰিছে ৷ উল্লেখ্য যে, বিজেপি চৰকাৰে নিৰ্বাচন পূৰ্বে চাহ শ্ৰমিক সকলৰ মজুৰি ৫০টকা বৃদ্ধি কৰা ঘোষণা কৰিছিল যদিও সেই প্ৰতিশ্ৰুতি কাৰ্যকৰী নোহোৱাত সমগ্ৰ ৰাজ্য চাহ বাগিচাই বাগিচাই শুকুৰবাৰে অসম চাহ জনজাতি ছাত্ৰ সন্থাই বাগিচাৰ শ্ৰমিক সকলৰ ওচৰত গৈ বিজেপি বিৰুদ্ধে প্ৰতিবাদ কৰি বিজেপিক ভোট নিদিবলৈ আহ্বান জনাই বিহালী আটছা সদস্যই ।