বানপানীৰ সমস্যা আজিৰ নহয়ঃ তেনেহ'লে তেওঁ কি কৰিছিল নিজৰ দিনত ?? - TEZPUR
🎬 Watch Now: Feature Video
1952 চনৰ পৰা বানত জুৰুলা হৈ আহিছে অসম, প্ৰত্যেক বছৰে কোটি কোটি টকাৰ সম্পদ নষ্ট হয় বানপানীত ৷ দুবাৰকৈ মুখ্যমন্ত্ৰীৰ দায়িত্ব পালন কৰা প্ৰফুলিল মহন্তৰ দিনতো একো পদক্ষেপ লোৱা নহ'ল অসমৰ বান সমস্যাক ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰাত ৷ অৱশেষত তেওঁ নিজেই স্বীকাৰ কৰিলে বানে অসমৰ অৰ্থনীতি দিছে ৷ ইটিভি ভাৰত অসমত Exclusive সাক্ষাৎকাৰ প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তৰ সৈতে...