"মোডীৰ আশীৰ্বাদ সদায় উত্তৰ পূৱৰ লগত আছে" - "মোডীৰ আশীৰ্বাদ সদায় উত্তৰ পূৱৰ লগত আছে"
🎬 Watch Now: Feature Video
গুৱাহাটী, 9 ছেপ্টেম্বৰঃ "সন্ত্ৰাসবাদী সমস্যাৰ সমাধান কৰা নাছিল কংগ্ৰেছে ৷ দুই ফালৰপৰা তেল ঢালি জুই জ্বলাইছিল কংগ্ৰেছে" ৷ নেডাৰ চতুৰ্থ সমাৰোহত বিজেপিৰ ৰাষ্ট্ৰীয় অধ্যক্ষ অমিত শ্বাহে এদৰে মন্তব্য কৰে ৷ লগতে তেওঁ কয় যে কংগ্ৰেছৰ বিভাজন নীতিৰ বাবে বিছিন্নতাবাদ গঢ়ি উঠিছিল ৷ ইয়াৰোপৰি ভুবনেশ্বৰ কলিতা পুনৰ ৰাজ্যসভাৰ পৰা জিকি আহিব বুলি অমিত শ্বাহে স্পষ্ট কৰি দিয়ে ৷ উত্তৰ পূৱৰ পৰ্যটনৰ সন্দৰ্ভতো শ্বাহে বহু গুৰুত্বপূৰ্ণ মন্তব্য কৰে ৷ লগতে তেওঁ কয় যে মোডীৰ আশীৰ্বাদ সদায় উত্তৰ পূৱৰ লগত আছিল আৰু থাকিব ৷
TAGGED:
নেডাৰ চতুৰ্থ সমাৰোহ