লুইতেই সাহস, জাতিৰ স্বাভিমান - বান
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/320-214-3950200-thumbnail-3x2-hbgfuisdi---copy.jpg)
বৰলুইত, লুইত, বুঢ়ালুইত অথবা ব্ৰহ্মপুত্ৰ অসমীয়া জাতিৰ প্ৰাণ। লুইতৰ বুকুতেই আছে অসমীয়া জাতিৰ সভ্যতা, আমাৰ সংস্কৃতি । কিন্তু লুইতৰ বিধ্বংসী ৰূপ অতি নিষ্ঠুৰ। সেই নিষ্ঠুৰতাই মানুহক নিঃস্ব কৰে; সৰ্বহাৰা কৰে। তেতিয়া লুইত হৈ পৰে অভিশপ্ত । লুইতে কাৰোবাৰ ভাঙে, কাৰোবাক তৰে ৷ তাৰ পাছতো আমি লগ এৰিব নিবিচাৰো লুইতৰ ৷ লুইতৰ বুকুত প্ৰৱাহিত হয় অসমীয়া জাতিৰ প্ৰাণ, প্ৰাচুৰ্য, উন্মাদনা অথবা সম্ভাৱনাৰ গান