ৰাইজৰ আশীৰ্বাদ বিচাৰি টেঙানীত অখিল গগৈ - অখিল গগৈ বাতৰি
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/320-214-12850468-thumbnail-3x2-sivsagar.jpg)
দেওবাৰে গোলাঘাট জিলাৰ টেঙানীত চাৰিখনকৈ ৰাজহুৱা সভাত অংশগ্ৰহণ কৰে কৃষক নেতা তথা শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈয়ে ৷ বিধায়ক হিচাপে নিৰ্বাচিত হোৱাৰ পিছত প্ৰথমবাৰলৈ টেঙানীত উপস্থিত হৈছে ৰাইজৰ দলৰ নেতাগৰাকী ৷ বাৰেৰহনীয়া সামস্কৃতিক শোভাযাত্ৰাৰে ৰাইজে আদৰি আনে বিধায়কগৰাকীক ৷ টেঙানীত উপস্থিত হৈ অখিল গগৈয়ে টেঙানীবাসীয়ে তেওঁৰ ৰাজনৈতিক জীৱনৰ শিক্ষাগুৰু বুলি মন্তব্য কৰে ৷ টেঙানীবাসী ৰাইজৰ সৈতে আগন্তুক উপ-নিৰ্বাচন সন্দৰ্ভতো আলোচনা কৰে অখিল গগৈয়ে ৷