ক'লৈ যাব শ্বিলং নে ভূটান? গুৱাহাটীত সহজলভ্য প্ৰি-প্ৰেইড টেক্সী - প্ৰি-প্ৰেইড টেক্সী চাৰ্ভিছ
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/320-214-4637371-thumbnail-3x2-bhutan.jpg)
যাত্ৰী সকলৰ বাবে সুখবৰ ! এতিয়াৰে পৰা অতি কম কৰছত গুৱাহাটী বিমানবন্দৰত উপলদ্ধ হ'ল Taxi Service । অতি ক'ম খৰছত বিমানবন্দৰৰ পৰা অসম তথা উত্তৰ-পুৰ্বাঞ্চলৰ বিভিন্ন ঠাইলৈ যাব পাৰিব আপুনি ।