যোৰহাটত ক’ভিড পৰিস্থিতিৰ বুজ ল’লে কেন্দ্ৰীয় পৰ্যায়ৰ দলে - jorhat covid updates
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/320-214-12490762-thumbnail-3x2-hsh.jpg)
যোৰহাটত উপস্থিত Multi disciplinary Central Team for management of Covid 19 দল ৷ জিলাখনৰ ক'ভিড পৰিস্থিতিৰ বুজ লয় দলটোৱে ৷ এই বিশেষ দলটোত আছিল LMCH দিল্লীৰ Dept. Of Anesthesia ৰ প্ৰফেচৰ ডাঃ গৰিমা আগৰৱালাৰ লগতে AIIHPH ৰ ডাইৰেক্টৰ প্ৰফেচাৰ ডাঃ মধুমিতা ডুবে ৷ দলটো উপস্থিত হোৱাৰ পাচতে জিলা প্ৰশাসন আৰু স্বাস্থ্য বিভাগৰ সৈতে মিলিত হয় এক বৈঠকত ৷