সংগ্ৰামলৈ সাজু সদৌ অসম ছাত্ৰ সন্থা - নাগৰিকত্ব সংশোধনী বিধেয়ক
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/320-214-5278776-thumbnail-3x2-aasu.jpg)
গুৱাহাটী,5 ডিচেম্বৰঃ পৰৱৰ্তী দিনৰ সংগ্ৰামৰ ৰূপৰেখা তৈয়াৰ কৰিছে সদৌ অসম ছাত্ৰ সন্থাই ৷ কাইলৈ নেছ'ৰ সৈতে আলোচনাত বহিব সংগঠনটো ৷ নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে প্ৰতিবাদমুখৰ হৈ পৰিছে সমগ্ৰ ৰাজ্য ৷ বিজেপি চৰকাৰে বিধেয়ক গৃহীত কৰাৰ দিশে আগবঢ়াৰ সময়তে দল সংগঠনৰ প্ৰতিবাদত কঁপিছে ৰাজ্য ৷ বৃহস্পতিবাৰে গুৱাহাটীত অনুষ্ঠিত হোৱা সদৌ অসম ছাত্ৰ সন্থাৰ জৰুৰী কাৰ্যনিৰ্বাহকত গ্ৰহণ আলোচনা কৰা হ'ল আগন্তক পদক্ষেপৰ বিষয়ে ৷ দিল্লীৰ বৈঠক ভেঁকোভাওনা আছিল,শীঘ্ৰেই আন্দোলনৰ পথ বাছি লোৱাৰ ইংগিত আছু নেতৃত্বৰ ৷
Last Updated : Dec 5, 2019, 6:49 PM IST