তেজ দি হ'লেও জাতি ৰক্ষাৰ অংগীকাৰ আছুৰ - নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে প্ৰতিবাদ

🎬 Watch Now: Feature Video

thumbnail

By

Published : Nov 4, 2019, 8:16 PM IST

সদৌ অসম ছাত্ৰ সন্থাৰ জোনাই সাধাৰণ সভাৰ সিদ্ধান্ত মৰ্মে সোমবাৰে নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে ৰাজ্যজুৰি প্ৰতিবাদ সব্যস্ত কৰিলে সংগঠনটোৱে ৷ উজনীৰ পৰা নামনিলৈ, শদিয়াৰ পৰা ধুবুৰিলৈ সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰতিবাদত কঁপিল সমগ্ৰ ৰাজ্য ৷ প্ৰয়োজনত তেজ দি হ'লেও জাতি ৰক্ষাৰ অংগীকাৰ শ শ প্ৰতিবাদকাৰীৰ ৷ 18 নৱেম্বৰত উত্তৰ-পূৱ ছাত্ৰ সংগঠনৰ আহ্বানত উত্তৰ পূৱৰ প্ৰতিখন ৰাজ্যৰ ৰাজধানীত জাতিধ্বংসী বিধেয়ক বাতিলৰ দাৱীত সাব্যস্ত হ'ব উত্তাল প্ৰতিবাদ ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.