সত্যৰঞ্জন বৰাৰ বিৰুদ্ধে কলগাছিয়া জিলা আমছুৰ এজাহাৰ - কলগাছিয়া আৰক্ষী থানা
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/320-214-13390580-thumbnail-3x2-hjhshhs.jpg)
কলগাছিয়া জিলা আমছুৱে সত্যৰঞ্জন বৰাৰ বিৰুদ্ধে কলগাছিয়া আৰক্ষী থানাত দাখিল কৰে এজাহাৰ । সত্যৰঞ্জন বৰাই সামাজিক মাধ্যমত ইছলাম ধৰ্মৰ লোকসকলৰ পবিত্ৰ নবী হজৰত মহম্মদক লৈ বিৰ্তকিত মন্তব্য কৰা পাচতে কলগাছিয়া জিলা আমছুৰ এটা সজাতি দলে কলগাছিয়া আৰক্ষী থানাত দাখিল কৰে এজাহাৰ ৷