শিৱসাগৰত তাঁতশালে দিছে জীৱিকাৰ সন্ধান - AAMGURI HANDLOOM AND TEXTILE INDUSTRY
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/320-214-3631444-129-3631444-1561202726451.jpg)
এটা থলুৱা উদ্যোগ | শিৱসাগৰৰ দিকচুত মাতৃ-কন্যাৰ নেতৃত্বত গঢ়ি উঠা উদ্যোগটোত প্ৰস্তুত হৈছে পাট, মুগা, এৰী সূতাৰ বিভিন্ন প্ৰকাৰৰ বস্ত্ৰ | সমাদৰ লাভ কৰিছে ৰাজ্যৰ প্ৰান্তে প্ৰান্তে | শিৱসাগৰ জিলাৰ আমগুৰি দিকচুত গঢ়ি তোলা হৈছে এটি থলুৱা বস্ত্ৰ উদ্যোগ |
Last Updated : Jun 22, 2019, 7:39 PM IST