2020-2021 বৰ্ষৰ বাজেটত কি বিচাৰিছে গৃহিনীয়ে - 2020-2021 বৰ্ষৰ বাজেটত কি বিচাৰিছে গৃহিনীয়ে

🎬 Watch Now: Feature Video

thumbnail

By

Published : Jan 30, 2020, 4:45 PM IST

Updated : Jan 30, 2020, 7:40 PM IST

ফেব্ৰুৱাৰী মাহত দাখিল হ'ব কেন্দ্ৰীয় বাজেট ৷ বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমনে উত্থাপন কৰিব কেন্দ্ৰীয় বাজেট ৷ বাজেট দাখিলৰ প্ৰাকমূহুৰ্তত সকলোৰে মাজত চৰ্চা হৈছে কেনেধৰণৰ হ'ব বাজেট ৷ বিশেষকৈ গৃহিনীসকলৰ বাবে কি থাকিব এই বাজেটত ৷ তাক লৈ উৎকন্ঠা বৃদ্ধি পাইছে মহানগৰীৰ গৃহিনীসকলৰ মাজত ৷ আগন্তুক বাজেটত ৰন্ধন গেছ, অন্যান্য সামগ্ৰীৰ দাম হ্ৰাস হ'ব বুলি আশা কৰিছে মহানগৰীৰ গৃহিনীসকলে ৷
Last Updated : Jan 30, 2020, 7:40 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.