যোৰহাট চিকিৎসা মহাবিদ্যালয়ত সংযোজন ১২০ খন বিচনা - যোৰহাট চিকিৎসা মহাবিদ্যালয়
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/320-214-12126336-937-12126336-1623658998799.jpg)
ক’ভিড মহামাৰীৰ সময়তে যোৰহাটবাসীৰ বাবে আহিছে এক সু-খবৰ ৷ যোৰহাট চিকিৎসা মহাবিদ্যালয়ত NRL য়ে সংযোজন কৰিছে ১২০ খন বিচনা ৷ ইয়াৰে ২০ খন ICU যুক্ত বিচনা ৷ অত্যাধুনিক প্ৰযুক্তিবিদ্যা সংযোজন কৰা হৈছে এই বিচনাসমূহত ৷ আনকি সংযোজন কৰা হৈছে ভেণ্টিলেটৰ আৰু অক্সিজেনৰ ব্যৱস্থা ৷ প্ৰায় ৭ কোটি টকাৰ ব্যয় সাপেক্ষে নিৰ্মাণ কৰা হৈছে এইকেইখন বিচনা ৷ আনকি ৬ মাহৰ বাবে NRL ৰ পৰা দিয়া হ'ব টেকনেচিয়ান ৷ এই নতুন সংযোজনে যোৰহাট চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাৰ ক্ষেত্ৰত এক নতুন মাত্ৰা প্ৰদান কৰিছে ৷