thumbnail

By

Published : Apr 20, 2019, 11:00 AM IST

ETV Bharat / Videos

দিল্লীত দিল্লী কেপিটেলছ বিৰুদ্ধে কিংছ ইলেভেন পাঞ্জাৱ

শনিবাৰে আই পি এলৰ দ্বিতীয়খন মেচত মুখামুখি হ’ব দিল্লী কেপিটেলছ আৰু কিংছ ইলেভেন পাঞ্জাৱ ৷ ফিৰোজ শ্বাহ কোটলা ষ্টেডিয়ামত সন্ধিয়া 8 বজাত অৱতীৰ্ণ হ’ব দুয়োটা দল ৷ মুম্বাইৰ হাতত গৃহভূমিত পৰাস্ত হোৱাৰ পাচতেই দিল্লীৰ লক্ষ্য হ’ব পাঞ্জাৱৰ বিৰুদ্ধে জয় লাভ কৰাৰ ৷ আনহাতে পাঞ্জাৱৰ লক্ষ্য হ’ব দিল্লীক পৰাস্ত কৰি পইণ্টছ টেবুলত অগ্ৰগতি লাভ কৰাৰ ৷ চাওক মেচখনক লৈ ইটিভি ভাৰতৰ আই পি এল বিশেষ...

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.