WATCH: কেনেদৰে জন্মদিন উদযাপন কৰিলে শিল্পা ছেট্টীয়ে ! - ভিয়ান
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/320-214-12068787-772-12068787-1623222153219.jpg)
যোৱা ৮ জুনত ৪৬ বছৰত ভৰি দিলে মোহময়ী অভিনেত্ৰী শিল্পা ছেট্টী(SHILPA SHETTY)য়ে । সংবাদ কৰ্মীসকলৰ সৈতে বিশেষ দিনটো উদযাপন কৰিলে অভিনেত্ৰীগৰাকীয়ে । কেক কাটি কিছু সময় তেওঁলোকৰ লগত কটায় শিল্পাই । তেওঁক সংগ দিয়ে স্বামী ৰাজ কুন্দ্ৰা(RAJ KUNDRA)ই । দুটি সন্তানৰ মাতৃ শিল্পাক বগা ব্লেজাৰ আৰু ফুলামী জাম্পচ্যুট পৰিধান কৰা দেখা গৈছিল । স্বামীৰ উপৰিও শিল্পাৰ সৈতে আছিল তেওঁৰ পুত্ৰ ভিয়ান(VIYAN) আৰু ভগ্নী শ্বমিতা ছেট্টী(SHAMITA SHETTY) ।