সুশান্তৰ মৃত্যুৰ ন্যায় বিচাৰি চি.বি.আই তদন্তৰ দাবী ৰতন ৰাজপুতৰ - সংগ্ৰামী তাৰকা

🎬 Watch Now: Feature Video

thumbnail

By

Published : Jul 8, 2020, 10:06 PM IST

একে চহৰৰে দুগৰাকী সংগ্ৰামী তাৰকা ৷ এগৰাকী সুশান্ত সিং ৰাজপুত আৰু আনগৰাকী সৰু পৰ্দাৰ জনপ্ৰিয় অভিনেত্ৰী ৰতন ৰাজপুত ৷ পাটনাৰে জীয়ৰী তথা প্ৰায় সমসাময়িকভাৱে সুশান্ত সিং ৰাজপুতৰ সৈতে নিজৰ কেৰিয়াৰৰ আৰম্ভণি কৰা টেলিভিছন তাৰকা ৰতন ৰাজপুতে সুশান্তৰ মৃত্যুৰ ন্যায় বিচাৰি দাবী কৰিছে চি.বি.আই তদন্তৰ ৷ শেহতীয়াকৈ তেওঁ এক ইউটিউব ভিডিঅ'যোগে উত্থাপন কৰে এই বিশেষ দাবী ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.