কংগনাৰ পাংগা চাই কেনে পালে দৰ্শককে ? - ৰাষ্ট্ৰীয় পৰ্যায়ৰ কাবাডী খেলুৱৈ
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/320-214-5827448-thumbnail-3x2-a.jpg)
মুক্তি পালে কংগনা ৰাণাৱতৰ নতুন ছবি পাংগা ৷ ছবিখনত কংগনাই এগৰাকী মাতৃৰ চৰিত্ৰত অভিনয় কৰিছে যি এসময়ত ৰাষ্ট্ৰীয় পৰ্যায়ৰ কাবাডী খেলুৱৈ আছিল ৷ কংগনা অভিনীত কাবাডী আৰু জীৱনৰ বহু প্ৰত্যাহ্বান সম্বলিত পাংগা ছবিখন চাই কেনে পালে দৰ্শকে ? আহক শুনো দৰ্শকৰ মুখেৰেই .....